আচ্ছালামুআলাইকুমঅৰাহমাতুল্লাহিঅবাৰাকাতুহ
পোনপ্ৰথমেইআল্লাহৰচুকৰীয়াআদায়কৰিছোঁ, আলহামদুলিল্লাহ। অসংখ্যঅগণনপ্ৰশংসাএকমাত্ৰতেওঁৰেই; তেৱেঁইআমাকসৰ্বোৎকৃষ্টগ্ৰন্থ, মানৱজাতিৰহিদায়তৰমূলপুথিআল-কোৰআনঅসমীয়ালৈঅনুবাদকৰাৰআৰুমানুহৰমাজতপৌঁচাইদিয়াৰতাওফীকদান। এইকথানিশ্চিতযে, অনুবাদকেতিয়াওমূলগ্ৰন্থৰসমপৰ্যায় হ’ব নোৱাৰে। আনহাতেহুবহুঅনুবাদকৰাওসম্ভৱনহয়। তথাপিওআমিযৎপৰোনাস্তিপ্ৰতিটোশব্দৰঅৰ্থঅনুবাদতটানিবলৈচেষ্টাকৰিছোঁ। অনুবাদকৰোঁতেকেৱলভাৱাৰ্থৰঅনুবাদঅথবাকেৱলশাব্দিকঅনুবাদকৰানাই, বৰংদুয়োটাইএকেলগেৰখাৰচেষ্টাকৰিছোঁ।
কোৰআনৰএইঅনুবাদখনপাঠকসমাজলৈসহজেউপস্থাপনকৰিবপৰাকৈভাইমতিউৰৰহমানচাহাবৰআপ্ৰাণপ্ৰচেষ্টাতএইএপ্লিকেচনৰডেভ্লপমেন্টপ্ৰক্ৰিয়াসম্ভৱহৈ। লগতেভাইইমৰাণআলিচাহাবৰযথেষ্টমেহনতত www.islamqa.in নামৰৱেবছাইটটোঅস্তিত্বলাভকৰিছে। আমিসেইৱেবছাইটকইয়াতসংযুক্তকৰিছোঁ। আল্লাহেতেওঁলোকদুয়োকেউত্তমপ্ৰতিদানদিয়ক। লগতেমোৰএইক্ষুদ্ৰপ্ৰচেষ্টাকবুলকৰিনাজাতৰমাধ্যমবনাইদিয়ক। (আমীন)
এপ্পটোতবৰ্তমাননিম্নলিখিতফিচাৰসমূহসংযুক্তকৰাহৈছে।
* আল-কোৰআনুলকাৰীমৰআৰবীআয়াতআৰুঅসমীয়াঅনুবাদদিয়াহৈছে।
* কপি, শ্বেয়াৰআৰুপছন্দনীয়তালিকাপ্ৰস্তুতকৰাৰবটনসংযুক্তকৰাহৈছে।
* আৰবীআৰুঅসমীয়াৰবেলেগবেলেগফন্টসংযুক্তকৰাহৈছে।
* ফন্টছাইজকমবেছিকৰাৰসুবিধাদিয়াহৈছে।
* নাইটমোডঅপচনদিয়াহৈছে।
* অকলঅসমীয়াঅনুবাদপঢ়াৰসুবিধাসন্নিবিষ্টকৰাহৈছে।
* আমাৰঅনলাইনৱেবছাইটবোৰৰলিংকদিয়াহৈছে, যিবোৰতক্লিককৰিসবিশেষপঢ়িবপাৰিব।
আলহামদুলিল্লাহ্, আল্লাহেইআমাকতেওঁৰদ্বীনৰবৃহৎকৰ্মৰএটিক্ষুদ্রঅংশতসম্পৃক্তহোৱাৰতাওফীকদানকৰিছে।
আমিআশাকৰোঁআৰুবিশ্বাসকৰোঁ, যিসকলেপ্রকৃতপক্ষেদ্বীনকভালপায়, তথা আল্লাহ্ আৰুতেওঁৰৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰকথাকনিজেআমলআৰুঅনুসৰণকৰাৰলগতেআনৰওচৰলৈপৌঁচাইদিববিচাৰে, তেওঁলোকেআমাৰএইক্ষুদ্রকার্যক্রমতনিজকেসম্পৃক্তসম্পৃক্তকৰিবইন-শ্বা-আল্লাহ।
অৱশেষতআল্লাহৰওচৰতদুআকৰোঁতেওঁযেনআমাৰসকলোভুলত্রুটিক্ষমাকৰেআৰুআমাৰএইক্ষুদ্রপ্ৰচেষ্টাকপৰকালৰনাজাতৰমাধ্যমহিচাপেকবুলকৰেলগতজৰিতসকলোকেজান্নাতুলফিৰদাউছতনবীমুহাম্মদচাল্লাল্লাহুআলাইহিঅছাল্লামৰসৈতেএকেলগেথকাৰতাওফীকদানকৰে
যিসকলেআমাকআৰ্থিকভাৱেসহায়কৰিববিচাৰেতেওঁলোকেআমাক whatsapp তযোগাযোগকৰিবপাৰেঅথবাই-মেইলৰজৰিয়তেযোগাযোগকৰিবপাৰে।
ইতি
অনুবাদকঃআল-কোৰআনঅসমীয়া
ৰফিকুলইছলামবিনহাবীবুৰৰহমান
বলোগড়া, খাৰুপেটীয়া, দৰং, অসম।
যোগাযোগঃ assamese@islamhouse.com
mr96356029@gmail.com
Whatsapp: 9101665226